গুৱাহাটীত নিশা স্বামী হন্তা সোনম ৰঘুবংশী কটকটীয়া নিৰাপত্তাৰ মাজত গুৱাহাটীত উপস্থিত স্বামী হন্তা সোনম ৰঘুবংশী নিশা সোনমক লৈ গুৱাহাটী বিমান বন্দৰত অৱতৰণ মেঘালয় আৰক্ষীৰ কৌশলেৰে সাংবাদিকৰ পৰা আঁতৰাই পোনে পোনে লৈ যোৱা হ'ল শ্বিলঙলৈ