বিমানখনে আহমেদাবাদৰ বি জে মেডিকেল কলেজৰ ল'ৰা হোষ্টেলত খুন্দা মৰাৰ পিছত এই অৱস্থা। ছাত্র সকলে দুপৰীয়াৰ আহাৰ খাই থাকোতেই হোৱা এই দুৰ্ঘটনাত কেবাজনো ছাত্র নিহত হোৱাৰ সম্ভাৱনা।