তিনিচুকীয়াত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ

তিনিচুকীয়াত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ

তিনিচুকীয়াত বুজন পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ জব্দ AS10A8037 নম্বৰৰ এখন বলে’ৰ বাহনত মিজুৰামৰ পৰা তিনিচুকীয়ালৈ সৰবৰাহ কৰিছিল ড্ৰাগছখিনি কাৰ্বিআংলঙৰ দেহমিলন চিংচন আৰু চাংমাঙ চিংচনে সৰবৰাহ কৰিছিল নিষিদ্ধ ড্ৰাগছখিনি ২৮টা চাবোনৰ বাকচত অনা ড্ৰাগছখিনিৰ বজাৰ মূল্য ডেৰকোটি টকা