মাজুলীৰ চেলেক ধুনাগুৰি ঘাটত অঘটন

মাজুলীৰ চেলেক ধুনাগুৰি ঘাটত অঘটন

মাজুলীৰ চেলেক ধুনাগুৰি ঘাটত অঘটন লক্ষীমপুৰৰ পৰা মাজুলী অভিমুখে আহিবলৈ ধুনাগুৰি ঘাটত ফেৰীত উঠাওতেই সংঘটিত হয় দুৰ্ঘটনাটো ফেৰীত গাড়ী উঠোৱা কাঠ ভাগি গাড়ীৰ পাছৰ অংশ পানীত পৰি যায়