মাজুলীত ভদিয়া নাম এৰি ৰাজপথত প্ৰতিবাদ মহিলাৰ

মাজুলীত ভদিয়া নাম এৰি ৰাজপথত প্ৰতিবাদ মহিলাৰ

মাজুলীত ভদিয়া নাম এৰি ৰাজপথত প্ৰতিবাদ মহিলাৰ হাতে হাতে কঠিয়া ,কোৰ লৈ ওলাই আহিল লুইত খাবলো পঞ্চায়তৰ নগৰ গাঁৱৰ এই সকল মহিলা মাজুলীৰ পৰা উত্তৰ লক্ষীমপুৰ সংযোগী পথৰ দুৰৱস্থাৰ বাবে স্থানীয় ৰাইজে পথত ভূঁই ৰুই প্ৰতিবাদ