আজি অসমৰ অন্যতম এটি ভূমিপুত্ৰ জনগোষ্ঠী দেউৰী সকলৰ মাঘ বিচু অৰ্থাৎ মাঘৰ বিহু

আজি অসমৰ অন্যতম এটি ভূমিপুত্ৰ জনগোষ্ঠী দেউৰী সকলৰ মাঘ বিচু অৰ্থাৎ মাঘৰ বিহু

আজি অসমৰ অন্যতম এটি ভূমিপুত্ৰ জনগোষ্ঠী দেউৰী সকলৰ মাঘ বিচু অৰ্থাৎ মাঘৰ বিহু । ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মাজুলীৰ পূব চিৰাম দেউৰী , পশ্চিম চিৰাম দেউৰী আৰু মাজৰ দেউৰী গাঁৱত উলহ মালহেৰে পালন কৰিছে এই বিহু।