যোৰহাট চহৰৰ মাজ মজিয়াত নিশা চাঞ্চল্যকৰ ঘটনা

যোৰহাট চহৰৰ মাজ মজিয়াত নিশা চাঞ্চল্যকৰ ঘটনা

যোৰহাট চহৰৰ মাজ মজিয়াত নিশা চাঞ্চল্যকৰ ঘটনা গড়আলিত এগৰাকী যুৱতীক অশ্লীল মন্তব্য কৰি ৰাইজৰ ৰোষত পৰিছে এজন যুৱক যুৱক জনক গোলাঘাট জিলাৰ দেৰগাওঁৰ পৰা অহা বুলি জানিব পৰা গৈছে