টীয়কৰ কমাৰখাটোৱালত গঁড়ৰ সন্ত্ৰাস

টীয়কৰ কমাৰখাটোৱালত গঁড়ৰ সন্ত্ৰাস

টীয়কৰ কমাৰখাটোৱালত গঁড়ৰ সন্ত্ৰাস আতংকিত গাঁওবাসী! কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গড়ৰ মুক্ত বিচৰণে আতংকিত কৰিছে পূব যোৰহাটৰ বিভিন্ন অঞ্চলত কিছুদিন ধৰি টীয়কৰ জাজীমূখ,কমাৰখাটোৱাল,হাতীশাল,চুমনি চাপৰিত গড়ৰ মুক্ত বিচৰণত আতংকিত হৈছে স্থানীয় ৰাইজ।