সম্পূৰ্ণ হোৱাৰ দিশেত যোৰহাট জিলা আয়ুক্তৰ নৱনিৰ্মিত কাৰ্যালয় অহা ১১ মাৰ্চত মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদ্বোধন কৰা হ'ব কাৰ্যালয়টো মুকলিৰ পাছত এই কাৰ্যালয়ৰ পৰাই চলিব জিলাখনৰ সকলোধৰণৰ গুৰুত্বপূৰ্ণ কাম কাজ