যোৰহাটত শেষ হাঁহি মাৰিলে বিজেপি দলৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে

যোৰহাটত শেষ হাঁহি মাৰিলে বিজেপি দলৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে

যোৰহাটত শেষ হাঁহি মাৰিলে বিজেপি দলৰ প্ৰাৰ্থী হিতেন্দ্ৰ নাথ গোস্বামীয়ে জয়ী হোৱাৰ পিছত প্ৰাৰ্থী গৰাকীৰ ঘৰত আবতৰীয়া বিহু বিপুল ভোটত জয়ী হৈ প্ৰাৰ্থী গৰাকীয়ে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য আগবঢ়ায়