সাংস্কৃত ভাষাত শপতগ্ৰহণ নাজিৰাৰ নতুন বিধায়ক ময়ূৰ বৰগোহাঁইৰ অসম বিধানসভাত আজি নাজিৰা সমষ্টিৰ নৱ-নিৰ্বাচিত বিধায়ক হিচাপে শপতগ্ৰহণ কৰে ময়ূৰ বৰগোহাঁয়ে নাজিৰাৰ ৰাইজে এতিয়া আশা কৰে যে ময়ূৰ বৰগোহাঁইৰ সৱল নেতৃত্বত নাজিৰা সমষ্টিয়ে উন্নয়নৰ এক নতুন দিশেৰে গতি কৰিব লগতে নাজিৰাৰ ৰাইজৰ অভাৱ-অভিযোগ আৰু আশা-আকাংক্ষাসমূহ এইবাৰ পূৰণ হ'ব