লায়ণ্স ক্লাৱৰ “ৰুটি ভেনৰ ” সেৱাই যথেষ্ট সকাহ দিছে সাধাৰণ ৰাইজক দৈনিক ৩০০/৪০০ লোকক সেৱা আগবঢ়াইছে “ৰুটি ভেনে ” এই ব্যৱস্থাৰ বাবে সাধাৰণ কোনোজন ব্যক্তি লঘোণে থাকিব লগা হোৱা নাই দূৰ দূৰণিৰ পৰা লোকসকলেও পৰম তৃপ্তিৰে পৰিৱেশন কৰে আহাৰ