সমগ্ৰ দেশৰ লগতে টীয়ক সম-জিলাৰ উদ্যোগত কাকজানত কেন্দ্ৰীয়ভাৱে উদযাপিত হ'ব ৮০ সংখ্যক স্বাধীনতা দিৱস ইয়াক লৈ প্ৰস্তুতি চলিছে তুংগত যোৱা ১২ আগষ্টত টীয়ক সম-জিলা ঘোষণা হোৱাৰ পৰাই এইদৰে কাকজান খেলপথাৰত উদযাপন কৰা হৈছে স্বাধীনতা দিৱস এইবাৰ পেৰেডত টীয়কৰ বহুকেইখন বিদ্যালয়ে কৰিব অংশগ্ৰহণ,ইতিমধ্যে অনুশীলন চলি আছে দিনযোৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি কেইবাটাও সাংস্কৃতিক অনুষ্ঠান,এখনি বেডমিন্টন প্ৰতিযোগীতাও আয়োজন কৰিছে সম-জিলা কাৰ্যালয়ে সেয়ে সকলো কাৰ্যসূচীতে বৃহত্তৰ টীয়কৰ সকলো ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগত আশা কৰিছে সম-জিলা আয়ুক্ত মগেন নৰহে
Home Local News সমগ্ৰ দেশৰ লগতে টীয়ক সম-জিলাৰ উদ্যোগত কাকজানত কেন্দ্ৰীয়ভাৱে উদযাপিত হ'ব ৮০ সংখ্যক স্বাধীনতা দিৱস