অসম চুক্তি সম্পাদনৰ ৪১ বছৰৰ শুভক্ষণত ৮৬০ গছি বন্তি প্ৰজ্বলনেৰে শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই জিলা খনৰ গান্ধীভৱনৰ প্ৰাংগণত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কেন্দ্ৰীয় সভাপতি উৎপল শৰ্মাৰ অংশগ্ৰহণ অসম চুক্তি ৰূপায়ণ কৰিব নে বাংলাদেশীৰ ভোটৰ স্বাৰ্থত মুৰ তল কৰি চুক্তি খনক উপেক্ষা কৰি যাব বুলি চৰকাৰক কটাক্ষ আছুৰ সভাপতি উৎপল শৰ্মাৰ সভাপতি গৰাকীৰ মতে বৰ্তমান সময়ত ছাত্ৰ সন্থাৰ হাতত আছে দুটাই পথ , হয় অসম চৰকাৰে অসম চুক্তি ৰূপায়ণ কৰক অন্যথা আন্দোলনৰ বিকল্প নাই
Home Local News অসম চুক্তি সম্পাদনৰ ৪১ বছৰৰ শুভক্ষণত ৮৬০ গছি বন্তি প্ৰজ্বলনেৰে শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ