নৃত্য পটিয়সী চেতনা বৰগোঁহাই বৰা আৰু সঙ্গী সকলৰ নৃত্য।যোৰহাটৰ জয়াভৱনত জয়মতী স্মৃতি দিৱস উপলক্ষে মঞ্চস্থ কৰা "জয়মতী" নাটকৰ আৰম্ভণিৰ পূৰ্বে এই দলীয় নৃত্য।