জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি মৰিগাঁও চহৰত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ মমশিখা সমদল

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি মৰিগাঁও চহৰত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ মমশিখা সমদল

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি মৰিগাঁও চহৰত সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ মমশিখা সমদল সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ মৰিগাঁও জিলা ছাত্ৰ সন্থাই উলিওৱা মমশিখা সমদলত জিলাখনৰ সকলো স্তৰৰ ৰাইজে অংশগ্ৰহন কৰে