ল’ৰাটো আনতকৈ অলপ বেলেগ

ল’ৰাটো আনতকৈ অলপ বেলেগ

ল’ৰাটো আনতকৈ অলপ বেলেগ সপোনবোৰ সাকাৰ ৰূপ দিয়াৰ প্ৰৱল হেপাঁহ আৰু আত্মবিশ্বাসেৰে ল’ৰাটোৱে আগবাঢ়িছে ব্যতিক্ৰমী পদক্ষেপেৰে ল’ৰাটোৰ নাই কোনো অহংকাৰ,নাই কোনো লাজ সংকোচ ভিনিহিয়েকে বাইক কিনিবলৈ দিয়া পইচা কেইটাৰে সপোন দেখিলে “ভাগ্যৰ” আহক এটি সুন্দৰ বাৰ্তাৰে আজিৰ এই প্ৰতিবেদন আপোনালোকৰ বাবে