ফাঁচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড

ফাঁচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড

ফাঁচীবজাৰত ভয়ংকৰ অগ্নিকাণ্ড অগ্নিকাণ্ডত ভস্মীভূত বহু কেইখন দোকান চাইবাৰ মাৰ্টত বিধ্বংসী অগ্নিকাণ্ডত এজন লোক নিহত ৪ গৰাকীকৈ লোক আহত হৈছে এই অগ্নিকাণ্ডৰ ফলত শ্বৰ্ট চাৰ্কিটৰ ফলতে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ