কাঁ চলচিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত উজলিল অসম কন্যা সংযুক্তা দত্তৰ ডিজাইন

কাঁ চলচিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত উজলিল অসম কন্যা সংযুক্তা দত্তৰ ডিজাইন

কাঁ চলচিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত উজলিল অসম কন্যা সংযুক্তা দত্তৰ ডিজাইন আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন তিনিগৰাকীকৈ ছুপাৰ মডেলৰ দেহত সুশোভিত হ’ল অসমৰ জীয়াৰীৰ যাদুকৰী হাতৰ পৰশ