ছাগলী মাংস খাই, সন্দেহ জনক নাগৰিক আজাদ চৌধুৰীক যোৰহাট পৌৰ সভাৰ কামৰ ঠিকা দিয়া সকল সাৱধান! ছাগলী মাংস খাই সন্দেহ জনক নাগৰিক আজাদ চৌধুৰীক যোৰহাট পৌৰ সভাৰ কামৰ ঠিকা দিয়া ৱাৰ্ড সদস্য, কৰ্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা লব পৌৰ সভাই অচিৰেই ঘৰ- মাটি হেৰুৱাব আজাদ চৌধুৰীয়ে পৌৰসভাই চৌধুৰীক আৱন্টন দিয়া মাটি ঘুৰাই লব অচিৰেই উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি আজাদ চৌধুৰীৰ ঘৰত চলাব উচ্চেদ অভিযান অতি সোনকালে এই সিদ্ধান্ত লোৱা হ'ব বৰ্ডৰ সভাত
Home Local News ছাগলী মাংস খাই, সন্দেহ জনক নাগৰিক আজাদ চৌধুৰীক যোৰহাট পৌৰ সভাৰ কামৰ ঠিকা দিয়া সকল সাৱধান!