মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষ

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষ

মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষ বহু চৰ্চিত মীন বিভাগৰ দুৰ্নীতিৰ সন্দৰ্ভত কিছু তথ্য সংগ্ৰহৰ বাবে আহিছিল দলটি বিধায়ক ৰমাকান্তৰ মৰিগাঁৱৰ চাবুকধৰাৰ সমীপৰ দেঁওৰাবড়িৰ বাসগৃহত নিশা উপস্থিত হয় CID দল প্ৰয়োজনত CID কাৰ্য্যালয়ত উপস্থিত হোৱাৰো জাননী দি যায় বিধায়ক ৰমাকান্ত দেউৰীক।