যোৰহাটত নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয়

যোৰহাটত নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয়

যোৰহাটত নিশা এক ভয়ংকৰ ঘটনা সংঘটিত হয় নিৰ্মিয়মান ফ্লাই অভাৰৰ বৃহৎ লোহাৰ পৰি এখন দোকান সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হয় নগৰৰ মাজমজিয়াৰ বিষ্ণুৰাম বৰুৱা হল বজাৰৰ সমীপত সংঘটিত এই ঘটনা