মাজুলীৰ কমলাবাৰী ঘাট বন্ধ ঘোষণা আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ ভৰ বাৰিষা বৰ লুইতৰ বুকুত অস্বাভাবিক ভাবে শুকাইছে নদী পথৰ জলস্তৰ পুনৰ কমলাবাৰী ঘাটৰ পৰা নিমাতি অভিমুখী এছ বি প্ৰীতিশ নামৰ গুটিয়া ফেৰী আবদ্ধ হৈ পৰিছে নদীৰ মাজত