মৰিয়নিৰ ভোগদৈ নৈত জেচিবিৰে অবৈধ ভাৱে বালি খনন

মৰিয়নিৰ ভোগদৈ নৈত জেচিবিৰে অবৈধ ভাৱে বালি খনন

মৰিয়নিৰ ভোগদৈ নৈত জেচিবিৰে অবৈধ ভাৱে বালি খনন ন বিজেপি পালি নেতাৰ ছত্ৰছায়াত চলিছে এই অবৈধ বালিৰ ৰমৰমীয়া ব্যৱসায় অবৈধ বালি খনন বন্ধ কৰাৰ দাৱী বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু আদিবাসী ছাত্ৰ সন্থাৰ