বিৰোধীৰ বাবে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতিয়ে দিলে বেয়া খবৰ জ্যোতিষী মতে অনাগত তিনিবাৰ মৰিয়নিৰ বিধায়ক হিচাপে থাকিব ৰূপজ্যোতি কুৰ্মী মৰিয়নি সমষ্টিৰ বিজেপি কলিয়াপানী মণ্ডলে ছয় বাৰৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীক সম্বৰ্ধনা জনোৱাৰ অৰ্থে আয়োজন কৰা সভাত উপস্থিত হৈ এই মন্তব্য বিধায়ক গৰাকীৰ