কাজিৰঙাত এক নান্দনিক দৃশ্য

কাজিৰঙাত এক নান্দনিক দৃশ্য

কাজিৰঙাত এক নান্দনিক দৃশ্য কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত এটি হাতী পোৱালি জাকৰ পৰা হেৰাই অকলশৰীয়া হৈ পৰিছিল কিন্তু উদ্যান কর্তৃপক্ষ আৰু বন্যপ্রাণী পুনৰ্সংস্থাপন আৰু সংৰক্ষণ কেন্দ্রৰ তৎপৰতাত পোৱালিটোক পুনৰ মাতৃৰ কাষলৈ লৈ যোৱা হয়