মৰিগাঁও ড্ৰাগ ডিলালচ্ এছ'চিয়েচনৰ সাধাৰণ আৰু সজাগতা সভা

মৰিগাঁও ড্ৰাগ ডিলালচ্ এছ'চিয়েচনৰ সাধাৰণ আৰু সজাগতা সভা

মৰিগাঁও ড্ৰাগ ডিলালচ্ এছ'চিয়েচনৰ সাধাৰণ আৰু সজাগতা সভা মৰিগাঁও ড্ৰাগ ডিলাৰচ্ এছ'চিয়েনৰ ত্ৰি বাৰ্ষিক সাধাৰণ সভা ও সজাগতামূলক সভাত জিলাখনৰ তিনি শতাধিক ঔষধ বিক্ৰেতাৰ অংশগ্ৰহণ জনসাধাৰণক সঠিক গুণগত মানদণ্ডৰ ঔষধ ফাৰ্মাছিষ্ট সকলে যোগান ধৰাতো বাধ্যতামূলক, মন্তব্য ৰাজ্যিক ঔষধ নিয়ন্ত্ৰক বিশ্বজিৎ তালুকদাৰৰ