অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে বিকাশ দাসে বিকাশ দাসক শনিবাৰে নিশা যোৰহাটৰ চকিহাটত ভাওনা চাবলৈ যাওতে এদল লোকে মা*ৰ পিত কৰি গুৰুতৰ ভাৱে আহত কৰিছিল তেওক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি কৰা হৈছিল যদিও আজি পুৱতি নিশা তেওঁ শেষ নিশ্বাস ত্যাগ কৰে