যোৰহাটত দিন দুপৰতে ভয়ংকৰ ডকাইতি কাণ্ড

যোৰহাটত দিন দুপৰতে ভয়ংকৰ ডকাইতি কাণ্ড

যোৰহাটত দিন দুপৰতে ভয়ংকৰ ডকাইতি কাণ্ড চোলাধৰাৰ মধুবনত এজন জেষ্ঠ ব্যক্তি খোজ কাঢ়ি গৈ থকা অৱস্থাত এজন যুৱকে পিছ ফালৰ পৰা গবা মাৰি ধৰি পথত বগৰাই পেলাই আৰু পকেটত থকা ধন কাঢ়ি জোতাত ভৰাই উধাও হয়