মৰিগাঁও গছৰগুৰিত টেক্টৰ দুৰ্ঘটনা, ট্ৰেক্টৰৰ তলত পৰি থিতাতে চালকৰ মৃ*ত্যু মূল পথেৰে গৈ থকা অৱস্থাত ট্ৰেক্টৰ খন পথৰ দাঁতিত বাগৰি পৰে, ফলত ট্ৰেক্টৰ তলত সোমাই পৰে ব্যক্তি জন ট্ৰেক্টৰ তলত পৰি চালক জনে ঠাইতে মৃত্যুক সাৱটি লবলগীয়া হয়