নামনি মাজুলীত গঁড়ৰ সন্ত্ৰাস.. বন বিভাগৰ বাহনত গঁড়ৰ প্ৰচণ্ড আক্ৰমণ। কাজিৰঙাৰ পৰা অহা গঁড়টোক খেদিবলৈ বন কৰ্মীৰ গুলীবৰ্ষণ। মাজৰ চাপৰি আৰু কুমলীয়া চাপৰিত দীৰ্ঘদিন ধৰি বিচৰণ কৰিছে গঁড়টোৱে। গঁড়ৰ আক্ৰমণাত্মক ৰূপক লৈ তীব্ৰ আতংকিত নামনি মাজুলীৰ ৰাইজ।