চৰকাৰলৈ বাট নাচাই টীয়কত ৰাইজে নিজে বান্ধিলে ৰিংবান্ধ

চৰকাৰলৈ বাট নাচাই টীয়কত ৰাইজে নিজে বান্ধিলে ৰিংবান্ধ

চৰকাৰলৈ বাট নাচাই টীয়কত ৰাইজে নিজে বান্ধিলে ৰিংবান্ধ নিজে বানাক্ৰান্ত হৈয়ো ভৱিষ্যত সুৰক্ষিত কৰাৰ অৰ্থে হাতে হাতে কোৰ, চাঙি লৈ পুথিনদীৰ প্ৰায় ২৫ মিটাৰ দৈঘ্যৰ ৰিংবান্ধটো মেৰামতি কৰিলে টীয়কৰ বলমা মৰাণ গাঁৱৰ পুৰুষ মহিলাই