যোৰহাটত আম আদমী পাৰ্টিৰ ধৰ্ণা কাৰ্যসূচী। By Time Of Assam - 2024-03-22 FacebookTwitterWhatsApp যোৰহাটত আম আদমী পাৰ্টিৰ ধৰ্ণা কাৰ্যসূচী। দিল্লীৰ মুখ্যমন্ত্ৰী তথা আপৰ ৰাষ্ট্ৰীয় সমন্বয়ক অৰবিন্দ কেজৰিৱালক মুক্তিৰ দাবীত যোৰহাটত আপৰ ধৰ্ণা।