নিতৌ কমিছে কেঁচা চাহপাতৰ মূল্য

নিতৌ কমিছে কেঁচা চাহপাতৰ মূল্য

নিতৌ কমিছে কেঁচা চাহপাতৰ মূল্য মূৰত ৰাম টাঙোন পৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ চিন্তাত টোপনি নহা হৈছে এই সকল খেতিয়কৰ নিম্নগামী কেঁচা চাহপাতৰ মূল্যই চিন্তিত কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলৰ মূৰে কপালে হাত দি আছে টীয়ক জগদুৱাৰ চাহ খেতিয়ক সকল এই সন্দৰ্ভত অঙ্কুৰ জ্যোতি টাইৰ এটি প্ৰতিবেদন