মাজুলীত সাংসদ গৌৰৱ গগৈ! মটৰ চাইকেলেৰে ঘূৰি পৰিদৰ্শন কৰিলে খহনীয়া অঞ্চল

মাজুলীত সাংসদ গৌৰৱ গগৈ! মটৰ চাইকেলেৰে ঘূৰি পৰিদৰ্শন কৰিলে খহনীয়া অঞ্চল

মাজুলীত সাংসদ গৌৰৱ গগৈ! মটৰ চাইকেলেৰে ঘূৰি পৰিদৰ্শন কৰিলে খহনীয়া অঞ্চল "মাজুলী এতিয়া ব্ৰহ্মপুত্ৰ ব’ৰ্ড আৰু জলসম্পদ বিভাগৰ 'এটিএম'!" — গৌৰৱ গগৈ "নেতা আহে, প্ৰতিশ্ৰুতি দিয়ে, কিন্তু শেষত কেৱল ৰাজনীতিহে হয়, সুৰক্ষা নহয়!" — ১নং পদুমনিৰ ক্ষুব্ধ ৰাইজ