যোৰহাটত ড্ৰা*গছ সহ এজন ব্যক্তিক আটক

যোৰহাটত ড্ৰা*গছ সহ এজন ব্যক্তিক আটক

যোৰহাটত ড্ৰা*গছ সহ এজন ব্যক্তিক আটক যোৰহাট আৰক্ষীয়ে অভিযান চলাই আজি ৰৰৈয়া আৰক্ষী চকীৰ অন্তৰ্গত চৰাইবাহীৰ চলিহাগাঁৱত ভাড়া ঘৰ লৈ থকা প্ৰবীণ পাল নামৰ ড্ৰাগছ সৰবৰাহকাৰী জনক আটক কৰিবলৈ সক্ষম হয়