যোৰহাট চিনামৰা তিনিআলিত উদ্ধাৰ চাৰিজাই সজীৱ গুলী

যোৰহাট চিনামৰা তিনিআলিত উদ্ধাৰ চাৰিজাই সজীৱ গুলী

যোৰহাট চিনামৰা তিনিআলিত উদ্ধাৰ চাৰিজাই সজীৱ গুলী ৯mm ৰ এই গুলী উদ্ধাৰ কৰা হৈছে এটা ভঙা চিঙা সামগ্ৰীৰ গুদামত যোৰহাট সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৃষীকেশ হাজৰিকাৰ নেতৃত্বত চলিছিল অভিযান