মেগা টিউব দি ভকত চাপৰিলৈ সোমাই অহা মূল সুঁতি বন্ধ কৰিব জল সম্পদ বিভাগে সত্ৰাধিকাৰ ড°পীতাম্বৰ দেৱ গোস্বামী দাবীৰ প্ৰতি সন্মান জনাই ভকত চাপৰি আলি মূৰৰ মূল সুঁতি বন্ধ কৰা ব্যৱস্থা লৈছে জল সম্পদ বিভাগে বিধায়ক ভুৱন গাম, আয়ুক্ত ৰাতুল পাঠক আৰু জল সম্পদ বিভাগৰ অভিযন্তা লগতে সত্ৰাধিকা ড°পীতাম্বৰ দেৱ গোস্বামী উপস্থিত কামৰ শুভাৰম্ভ কৰে