গুটখা খিনিৰ মূল্য কেবা লক্ষাধিক টকা হব।

গুটখা খিনিৰ মূল্য কেবা লক্ষাধিক টকা হব।

যোৰহাটত অবৈধভাৱে সৰবৰাহ কৰা গুটখা জব্দ যোৰহাটৰ চেম্বাৰ ৰোডৰ পৰা জব্দ গুটখা খিনি। গুটখা খিনিৰ মূল্য কেবা লক্ষাধিক টকা হব। নথি পত্ৰ বিহীন ভাৱে গুটখাখিনি গুৱাহাটীৰ পৰা যোৰহাটলৈ আনিছিল।